লৰবৰুৱালৰা-ঢপৰা

লৰা (Assamese) [ Roman: lo.ra]
Contributed by: ৰূপকমল on 2007-02-23
1. (Verb-Trans.) to move sth rapidly from side to side কিহবাক এফালৰ পৰা আনফাললৈ খৰকৈ গতি কৰোৱা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-28
2. (Verbal Adj.) slightly rotten (fish or meat) সামান্যভাৱে গেলা বা পচিবলৈ ধৰা মাছ বা মাংস
English: rottening,
Assamese: লৰা,
Dimasa: shaoyaba