শকতিশকুন

শকাব্দ (Assamese) [ Roman: xo.kab.do]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-05
1. Historial(Abstract Noun) The Shalivahana era, also known as the Saka era, is used with Hindu calendars, the Indian national calendar, and the Cambodian Buddhist calendar. শকাদিত্য (শালিবাহন) ৰজাৰ দিনৰপৰা চলা এটা চন বা বছৰৰ লেখ; এই পদ্ধতি হিন্দু, ভাৰতীয় ৰাষ্ট্ৰীয় আৰু কেম্বোডিয়াৰ বৌদ্ধ পঞ্জিকাত ব্যৱহাৰ কৰা হয়৷ খ্ৰীষ্টাব্দৰ লগত প্ৰায় ৭৮ বছৰ ব্যৱধান।
English: Saka era,
Assamese: শক, শকাব্দ