শিক্ষাৰ্থিনীশিক্ষিত

শিক্ষাৰ্থী (Assamese) [ Roman: xi.khyar.thi]
fm: শিক্ষাৰ্থিনী, plc: -সকল, dfc: -গৰাকী, -জন
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-07-27
1. (Common Noun-Common) a student in a national service academy or private military school or on a training ship. ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, ব্যক্তিগত সামৰিক বিদ্যালয় বা জাহাজৰ প্ৰশিক্ষণ দিয়া বিদ্যালয়ৰ এজন ছাত্ৰ।

Contributed by: Partha P Sarmah on 2007-11-15
2. (Common Noun-Common &/or Masculine) a person who is in the process of learning something; a person who is gaining knowledge about a subject or how to do something. কোনো বিষয় বা বিষয়ৰ সম্পৰ্কে কিবা শিকি থকা, জ্ঞান আহৰণ কৰি থকা বা কিবা কাম কেনেদৰে কৰিব লাগে, সেইবিষয়ে শিক্ষা লৈ থকা লোক৷