শিথিল কৰ্শিপ

শিথিলতা (Assamese) [ Roman: xi.thi.lo.ta]
Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
1. Physics(Abstract Noun) the lagging of an effect behind its cause; especially the phenomenon in which the magnetic induction of a ferromagnetic material lags behind the changing magnetic field কৰ্মফল তাৰ কাৰকতকৈ পিছ পৰি থকা অৱস্থা; বিশেষকৈ এনে এক পৰিঘটনা, য’ত কোনো চৌম্বকীয় পদাৰ্থৰ চুম্বকীয় আৱেশ পৰিৱৰ্তিত চুম্বকীয় ক্ষেত্ৰখনতকৈ পিছ পৰি থাকে।
English: hysteresis,
Assamese: শিথিলতা

Contributed by: Biraj Kumar Kakati on 2011-03-01
2. (Abstract Noun) The quality of movability by virtue of being free from attachment or other restraints. টানকৈ বান্ধি বা সাঙোৰ খাই নথকা বাবে ইফালে সিফালে লৰিব পৰা গুণ ৷