শিৰস্ত্ৰশিৰস্ত্ৰান

শিৰস্ত্ৰাণ (Assamese) [ Roman: xi.ro.stan]
Contributed by: Barnali Deuri Bora on 2011-03-03
1. (Material Noun-Neuter) A usually soft and close-fitting head covering কাপোৰ আদিৰ দৰে কোমল পদাৰ্থৰে তৈয়াৰী মূৰত পিন্ধা যতন

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-23
2. (Material Noun-Neuter) A traditional headdress for men consisting of a long scarf wrapped around the head; a hat like feature made of cloth used for a religious purpose or to express one's dignity in the society. ধৰ্মীয় কাৰণত বা নিজৰ পদমৰ্যাদা দেখুৱাবলৈ মূৰত মেৰিয়াই পিন্ধা কাপোৰেৰে তৈয়াৰ কৰা বিশেষ আকৃতিৰ শুৱনি পোচাক | সাধাৰণতে পূৰুষসকলে পৰিধান কৰে |