শুকতৰাশুকনি

শুকদেৱ (Assamese) [ Roman: xuk.deb]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-02
1. Hinduism(Proper Noun-Masculine) Shuk was the son of sage Vyasa, who was the writer of the Vedas. He was a great scholar and recited Bhagawata in front of king Parikshit. শুকদেৱ বেদ-প্ৰণেতা ব্যাস মুনিৰ পুত্ৰ আছিল৷ তেওঁ অতি বিদ্বান শাস্ত্ৰজ্ঞ পণ্ডিত আছিল আৰু ৰজা পৰীক্ষিতক ভাগৱত শুনাইছিল৷