শুক্লেশ্বৰশুক্ৰ গ্ৰহ

শুক্ৰ (Assamese) [ Roman: xu.kro]
1. Astronomy(Proper Noun-Neuter) the planet second in order from the sun সৌৰজগতৰ দ্বিতীয় গ্রহ যাক গধুলী আৰু পুৱাৰ সময়ত পশ্চিম আকাশত উজ্জলকৈ দেখা যায়

Contributed by: Bikram M Baruah on 2006-03-17
2. (Material Noun-Neuter) Mature sex cells produced by testicles that fertilises an egg in the female uterus to produce offspring. অণ্ডাশয়ে সৃষ্টি কৰা পৈণত জনন কোষ, যি সন্তান বা পোৱালি জন্ম দিয়াৰ বাবে স্ত্ৰীৰ জৰায়ুত ডিম্ব নিষেচন কৰে৷