শুঙ্শুচিকৰণ

শুচি (Assamese) [ Roman: xu.si]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
1. (Material Noun-Neuter) a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
English: fire,
Assamese: অগনি, অগ্নি, অনল, অনিলসখ, অসিতাৰ্চি, আগুনি, আতচ, আশ্ৰয়াস, ঈলিৰ, ঈশিৰ, উষৰ্বুধ, কলাই, কৃপানীল, কৃপিটযোনি, কৃপীতযোনি, কৃশানু, কৃষ্ণগতি, কৃষ্ণাৰ্চি, কৃষ্ণৱৰ্ত্ম, ঘৃতকেশ, ঘৃতদীধিতি, ঘৃতাৰ্চিঃ, চিত্ৰভানু, ছাগবাহন, জগন্নু, জনধা, জাতবেদস, জাতবেদা, জালাদ্ভৱ, জুই, তনূনপাত্, তমোনুদ, তিগ্মাংশু, তেজোনিধি, দমুনস, দহনু, দেৱবক্ত্ৰ, ধনঞ্জয়, ধূমকেতন, ধূমধ্বজ, পাবক, পাৱক, পিংগল, পুৰজ্যোতিঃ, বহিঃশুষ্মন, বহ্নি, বায়ুসখা, বিভাকৰ, বিশ্বপা, বীতিহোত্ৰ, বৃষাকপি, বৃহদ্ভানু, বৈশ্বানৰ, বৰ্হিঃ, লোহগ্ৰীৱ, শিখাৱৎ, শিখিন, শুচি, শুষ্ম, শুষ্মন, শোচিষ্কেশ, সপ্তজিহ্ব, সপ্তাংশু, সপ্তাৰ্চিস, সুশিখ, স্বৰ্ণদীধিতি, সৰ্বশুদ্ধি, সৰ্ব্বভুক, হবিৰশন, হবিৰ্ভুক, হিমাৰাতি, হিৰণ্যৰেতাঃ, হুতভুক, হুতাশন, ৰোহিতাশ্ব,
Bodo: अर, अरगें,
Mising: eme, imi, umi,
Khasi: ka ding,
Garo: wa.al,
Meeteilon: mei,
Mizo (Lushai): mei,
Karbi: me,
Hmar: mei,
Nagamese: ag, jui, ogni, zui,
Dimasa: wai,
Ao: meze,
Tai: fai,
Hindi: आग,
Bangla: আগুন,
Rabha: আগি, বাৰ,
Tiwa: h’or,
Deori: য়েঁ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
2. (Proper Adj.) entitled to veneration or religious respect by association with divinity or divine things. ঐশ্বৰিক বা স্বৰ্গীয় বিষয়ৰ সৈতে জড়িত থকাৰ কাৰণে সন্মান বা ধৰ্মীয় শ্ৰদ্ধাৰ পাত্ৰ।