শ্বেত ৰক্ত কণিকাশ্বেতচ্ছদ

শ্বেতক (Assamese) [ Roman: se.tok]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-21
1. Chemistry(Material Noun-Neuter) A soft white precious univalent metallic element having the highest electrical and thermal conductivity of any metal; occurs in argentite and in free form; used in coins, jewellery, tableware and photography. সৰ্ব্বোচ্চ বৈদ্যুতিক আৰু তাপৰ পৰিবাহিতা যুক্ত এক কোমল, বগা, মূল্যবান, একযোজী ধাতৱ মৌল; আৰ্জেন্টাইট হিচাপে আৰু মুক্ত ৰূপত পোৱা যায়; মুদ্ৰা, অলঙ্কাৰ আৰু পাত্ৰ তৈয়াৰ কৰাত আৰু আলোক চিত্ৰ গ্ৰহণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়৷

Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-10
2. (Proper Noun-Neuter) [a] the white part of an egg. [b] a kind of liquid protein. কণীৰ বগা অংশ; এবিধ জুলীয়া প্ৰ`টিন বা শ্বেতসাৰ।