শ্ৰাৱকশ্ৰী

শ্ৰাৱণ (Assamese) [ Roman: sra.won]
Contributed by: Mousumi Hazarika on 2008-08-19
1. (Proper Noun) the fourth month of Assamese calendar, between Xaon and Bhado (July-August) অসমীয়া বছৰৰ চতুৰ্থ মাহ, আহাৰ আৰু ভাদৰ মাজত

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-07-31
2. Astronomy(Proper Noun-Neuter) One of 27 stars mentioned in indian astrology located in aquilae ঈগল তাৰকামণ্ডলত থকা উজ্জ্বল তৰাটো ৷ জ্যোতিষত উল্লেখ থকা ২৭টা নক্ষত্ৰৰ এটা ৷
English: Altair,
Assamese: শ্ৰাৱণ