শ্ৰুতলিপিশ্ৰুতিকটু

শ্ৰুতি (Assamese) [ Roman: sru.ti]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-07
1. (Abstract Noun) The Vedas (knowledge") are a large corpus of texts originating in Ancient India. They are the oldest scriptural texts of Hinduism. প্ৰাচীন ভাৰতৰ জ্ঞানগৰ্ভ গদ্যশাস্ত্ৰ। ইবিলাকক হিন্দুধৰ্মৰ প্ৰাচীনতম ধৰ্মীয় পুথিৰূপে জনা যায়। বেদ-ক শ্ৰুতি বুলি কোৱা হয়। অন্য ধৰ্মগ্ৰন্থসমূহ স্মৃতি।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-17
2. (Verbal Noun) the act of perceiving sound কাণেৰে শুনা কাৰ্য্য