শয়ন্তৰীশৰকাঠী

শৰ (Assamese) [ Roman: xor]
Contributed by: archana rajbongshi on 2006-08-28
1. Animal(Common Noun-Common) any of several ruminants of the family Cervidae, most of the males of which have solid, deciduous antlers ছাৰ্ভিদি পৰিয়ালৰ অন্তৰ্গত বহু-কোঠলীয়া পাকস্থলী যুক্ত বহুবিধ প্ৰাণীৰ যিকোনো এবিধ, যাৰ মতাবোৰৰ টান, সৰি পৰিব পৰা শিং থাকে ৷

Contributed by: archana rajbongshi on 2006-08-28
2. (Material Noun-Neuter) a slender, straight, generally pointed missile or weapon made to be shot from a bow and equipped with feathers at the end of the shaft near the nock, for controlling flight. ধনুত লগাই নিক্ষেপ কৰিব পৰা মিহি, জোঙা, পোন আৰু দীঘল, সাধাৰণতে পাখি লগোৱা এক অস্ত্ৰ।
English: arrow,
Assamese: অধিজ্য, আয়ুধ, ইষু, কলম্ব, কাঁড়, কাণ্ড, ক্ষুৰপ্ৰ, তীৰ, তুৰি, তুৰ্য, তূৰ্য্য, তোমৰাস্ত্ৰ, ত্ৰিপুট, পৃষৎক, বাণ, বিকৰ্ষ, বিপাট, বিশিখ, শল্য, শায়ক, শৰ, শৰধি, সায়ক, সিত,
Bodo: थिर,
Mising: epuk,
Khasi: khnam,
Meeteilon: Tenjei,
Karbi: thai,
Hmar: thal,
Nagamese: ban, kanr, sar, tir,
Dimasa: blah,
Tai: লিম্, লেইম্,
Deori: আতান

Example Sentences:

1. সি চৰাইজনীলৈ এপাত শৰ নিক্ষেপ কৰিলে।

Sub Idea:

a. Material Noun-Neuter: পুঙ্খ...