শৰণিশৰণীয়া পাহাৰ

শৰণীয়া (Assamese) [ Roman: xo.ro.ni.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-14
1. (Verbal Adj.) protected by giving shelter, i.e. a safe place to live যি আশ্ৰয় লৈ আছে, অৰ্থাত্ যাক থাকিবলৈ সুৰক্ষিত ঠাই প্ৰদান কৰা হৈছে

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-06
2. (Proper Adj.-Common) admitted or accepted by formal rites into a religion (as into Vaisnava religion). গুৰুৰ দ্বাৰা ধৰ্ম-শিক্ষা প্ৰদান কৰা বা গুৰুত শৰণ লোৱা (মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ ক্ষেত্ৰত)।

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-05
3. Surname(Common Noun-Common) A major community in Assamese society. It is a title also. অসমীয়া সমাজৰ উল্লেখযোগ্য সম্প্ৰদায়৷ এটা উপাধি৷
English: Saraniya,
Assamese: শৰণীয়া