শৰীৰীশৰ্ব

শৰ্কৰা (Assamese) [ Roman: xor.ko.ra]
Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
1. Biology(Material Noun-Neuter) Any of a group of organic compounds that includes sugars, starches, celluloses, and gums and serves as a major energy source in the diet of animals. চেনি, ষ্টাৰ্চ, চেলুল’জ আদিৰ দৰে এক প্ৰকাৰ জৈৱিক পদাৰ্থ, যি প্ৰাণীৰ আহাৰত থকা প্ৰধান শক্তিৰ উৎস।