সংগ্ৰথনসংগ্ৰহ কৰ

সংগ্ৰহ (Assamese) [ Roman: xong.groh]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-03
1. (Abstract Noun) A set of things kept in the same place as a hobby or for research ৰুচি হিচাপে বা গৱেষণাৰ কাৰণে একে ঠাইতে গোটাই ৰখা বস্তুৰ থূপ বা সমষ্টি

Contributed by: Biraj Kumar Kakati on 2006-10-03
2. (Abstract Noun) all the parts of a thing taken together, so that each part is considered only in relation to the whole এটা বস্তুৰ একেলগে সকলো অংশ, যাতে প্ৰতিটো অংশ কেৱল বস্তুটোৰ সৈতে তাৰ সম্পৰ্কৰ বাবেহে বিবেচনা কৰা হয় ৷