সংচিত্ৰসংজ্ঞা শব্দ

সংজ্ঞা (Assamese) [ Roman: xong.gya]
1. (Abstract Noun) A statement of the meaning of a word, phrase, or term, as in a dictionary entry. অভিধানত উল্লেখ কৰাৰ নিচিনাকৈ কোনো শব্দ, খণ্ডবাক্য আদিৰ অৰ্থ বুজোৱা বাক্য।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
2. (Abstract Noun) any of bodily faculties (of sight, hearing, smell, taste, touch)by which sensation is roused. শৰীৰৰ যিকোনো এক গুণ (দৰ্শন, শ্ৰৱণ, ঘ্ৰাণ, স্বাদ বা স্পৰ্শ), যাৰ দ্বাৰা ইন্দ্ৰিয় জাগৃত হয়।