সপ্তৰথীসপ্নবৎ

সপ্তৰ্ষি-মণ্ডল (Assamese) [ Roman: xop.tor.xi mon.dol]
Contributed by: Anjali Sonowal on 2008-08-25
1. Astronomy(Material Noun-Neuter) A group of seven stars that cam be clearly seen from the northern hemisphere. সাতোটা তৰাৰ থুপ,এই সাতোটা তৰা সাত জনা ঋষিৰ নামেৰে নামাঙ্কৰণ কৰা হৈছে । (মৰিচি, বশিষ্ঠ, অংগিৰা, অত্ৰি, পুলস্ত্য, পুলহ আৰু ক্ৰতু)