সমুদ্ৰবল্লভাসমুদ্ৰযাত্ৰা

সমুদ্ৰবিজ্ঞান (Assamese) [ Roman: xo.mu.dro.bi.gyan]
Contributed by: Mousumi Konwar on 2023-01-05
Ref: সমাৰ্থ শব্দকোষ - ড° প্ৰফুল্ল কটকী
1. Geology(Abstract Noun) a branch of Earth Sciences that studies the Earth's oceans and seas. It covers a wide range of topics, including marine organisms and ecosystem dynamics; ocean currents, waves, and geophysical fluid dynamics; plate tectonics and the geology of the sea floor; and fluxes of various chemical substances and physical properties within the ocean and across its boundaries. পৃথিৱীৰ সাগৰ, মহাসাগৰ আদি সম্পৰ্কে অধ্যয়ন কৰা ভূবিদ্যাৰ এক ভাগ ৷ সামুদ্ৰিক জীৱ আৰু পৰিৱেশতত্ব, সাগৰীয় সোঁত, ঢৌ আদি, সাগৰৰ তলি আৰু অন্যান্য সামুদ্ৰিক ভৌতিক আৰু ৰাসায়নিক প্ৰক্ৰিয়া আদি বিভিন্ন বিষয় এই বিদ্যাই সামৰি লয় ৷