সম্পাদকীয়ৰসম্পাদন কৰ্

সম্পাদন (Assamese) [ Roman: xom.pa.don]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-01
1. (Abstract Noun-Neuter) Putting a decision, plan, contract, etc. into effect কোনো সিদ্ধান্ত, পৰিকল্পনা, ঠিকা আদি কাৰ্য্যত পৰিণত কৰা

Contributed by: Bikram M Baruah on 2009-12-23
2. (Verbal Noun) The act of correcting and reformatting some literary work, cinematic work etc. কোনো সাহিত্য কৰ্ম, চলচিত্ৰৰ কাম আদি শুধৰণি আৰু পুনৰ-গঠন কৰা কাৰ্য্য