সম্বৰণ কৰ্সম্বৰ্

সম্বৰাসুৰ (Assamese) [ Roman: xom.bo.ra.xur]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-26
1. Historial(Proper Noun-Masculine) According to a late text, Kalika Purana (c. 9th–10th century AD), the earliest ruler of Assam was Mahiranga Danav of the Danava dynasty, (three more Danav king is known - Hatakasur, Sambarasur and Ratnasur)which was removed by Naraka of Mithila who established the Naraka dynasty.Ghatakasur was father of Narakasur. বিভিন্ন আখ্যান, কিংবদন্তি আৰু সিঁচৰতি হৈ থকা প্ৰাচীন স্মৃতিচিহ্নৰ সম্ভেদ মতে মহীৰংগ দানৱ প্ৰাচীন অসমৰ ৰজা আছিল আৰু পিছলৈ তেওঁৰ বংশৰ (দানৱ বংশ) ক্ৰমে হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে তিনিজন ৰজাই ৰাজত্ব কৰিছিল৷ দানৱ বংশৰ পাছত ঘটকাসুৰ সিংহাসনত বহে আৰু এটা নতুন বংশৰ পাতনি মেলে৷ ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়৷