সম্ভাৱিতসম্ভাৱ্য

সম্ভাৱিতা (Assamese) [ Roman: xom.bha.bi.ta]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-10
1. Statistics(Abstract Noun) the relative possibility that an event will occur, as expressed by the ratio of the number of actual occurrences to the total number of possible occurrences কোনো ঘটনা ঘটাৰ আপেক্ষিক সম্ভাৱনা, যাক প্ৰকৃত ঘটনাৰ সংখ্যা আৰু সম্ভাৱ্য ঘটনাৰ সংখ্যাৰ অনুপাতৰ দ্বাৰা প্ৰকাশ কৰা হয়