সস্ত্ৰীকসহ-কৰ্মচাৰী

সহ (Assamese) [ Roman: xo.ho]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
1. (Conjuction) accompanied by; in some particular relation to একেলগ হৈ; কোনো বিশেষ সম্পৰ্ক ৰাখি
English: along with, with,
Assamese: একত্ৰে, একেলগে, গন্ধে, লগত, সতে, সমন্বিতে, সমভিব্যাহাৰে, সমে, সমেত, সহ, সহকাৰে, সহিত, সহিতে, সৈতে,
Garo: ming,
Karbi: Pen,
Dimasa: jang,
Tai: তাঙ্,
Hindi: पर, साथ,
Nepali: संग, सित,
Deori: কবে, চং

Example Sentences:

1. দেউতাৰসহ মই আজি বজাৰলৈ গৈছিলো।

2. (Verb-Trans.) to accept the pain or discomfort by attempting to ignore it বেদনা বা কষ্ট উলাই কৰিবলৈ চেষ্টা কৰি স্বীকাৰ কৰা

Contributed by: Bikram M Baruah on 2021-02-14
3. (Suffix) a suffix to denote with, containing এটা উপসৰ্ঘ যি লগত থকা বা অন্তৰ্ভুক্ত হৈ থকা বুজাই
Assamese: সহ

Example Sentences:

1. তোৰসহ সকলোলৈকে মই উপহাৰ আনিছো।