সহনশীলসহনাগৰিক

সহনশীলতা (Assamese) [ Roman: xo.hon.si.lo.ta]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-11-12
1. (Abstract Noun) the ability to wait uncomfortably for sth to happen. কষ্ট স্বীকাৰ কৰি কোনো কথা সম্পন্ন হোৱালৈকে প্ৰতীক্ষা কৰিব পৰাৰ সামৰ্থ্য।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-10
2. (Abstract Noun) the ability to bear pain or discomfort. বেদনা বা আৰাম-বিহীনতা সহিব পৰা গুণ।