সহিষ্ণুসহৃদয়

সহিষ্ণুতা (Assamese) [ Roman: xo.his.nu.ta]
Contributed by: Himjyoti Talukdar on 2009-05-30
1. (Abstract Noun) the ability to wait uncomfortably for sth to happen. কষ্ট স্বীকাৰ কৰি কোনো কথা সম্পন্ন হোৱালৈকে প্ৰতীক্ষা কৰিব পৰাৰ সামৰ্থ্য।

Contributed by: SANJIB SARMA on 2006-09-04
2. (Abstract Noun) the ability to bear pain or discomfort. বেদনা বা আৰাম-বিহীনতা সহিব পৰা গুণ।

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-09-04
3. (Abstract Noun) the ability of being strong even under most adverse conditions অতি প্ৰতিকূল পৰিৱেশ বা অৱস্থাতো শক্তিশালী হৈ থাকিব পৰা গুণ