সাঁকোৱা-মাৰিসাঁচতিয়াৰ

সাঁচ (Assamese) [ Roman: xa~s]
Contributed by: Biraj Kumar Kakati on 2007-02-22
1. (Abstract Noun) [a] a power to affect persons or events; [b] effect (esp. on the mind or feelings), notion or belief (esp. vague or mistaken), imitation of a person or sound, esp. as entertainment. (ক) মানুহ বা ঘটনাক প্ৰভাৱিত কৰিব পৰা এক শক্তি, (খ) কাৰ্য্যফল (বিশেষকৈ মন বা অনুভূতিৰ ওপৰত), ধাৰণা বা বিশ্বাস (বিশেষকৈ অমূলক বা ভ্ৰান্তিমূলক), কোনো লোক বা শব্দৰ অনুকৰণ, বিশেষকৈ আমোদৰ অংশ হিছাপে৷

Contributed by: Benjamin Kaman on 2010-02-09
2. (Verb-Trans.) to give a particular shape. এটা নিৰ্দ্দিষ্ট ভৌতিক ৰূপ দে।
English: cast, mold,
Assamese: আকৃতি দে, সাঁচ,
Khasi: kawang

Different POS:

a. Material Noun-Neuter: feature, form, shape, size, structure...

Contributed by: ৰূপকমল on 2007-02-22
3. (Material Noun-Neuter) hollow container into which a substance is poured or pressed to harden into a required shape এক ধৰণৰ গোটোং পাত্ৰ, য’ত কোনো জুলীয়া বস্তু ঢালি বা হেঁচা দি গোট মৰাৰ পাছত এক নিৰ্দ্দিষ্ট আকৃতি প্ৰদান কৰিব পাৰি
English: mould,
Assamese: সাঁচ

Contributed by: Biraj Kumar Kakati on 2007-02-22
4. (Abstract Noun) a mark, indentation, figure, etc., produced by pressure. কিহবাৰ ওপৰত হেঁচা খোৱাৰ ফলত বহা চিন, এক বৰণীয়া বস্তুত আন বৰণীয়া বস্তুৰ চিন
English: impression, scar,
Assamese: সাঁচ, সাঞ্চি,
Khasi: ka dak mong,
Meeteilon: dag, dagfam,
Karbi: aban, abar