সাগৰ ফেনাসাগৰ-সঙ্কাশ

সাগৰ-ফেন (Assamese) [ Roman: xa.gor-phen]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
1. Zoology(Material Noun-Neuter) the light, yielding, porous, fibrous skeleton or framework of certain animals or colonies of this group, esp. of the genera Spongia and Hippospongia, from which the living matter has been removed, characterized by readily absorbing water and becoming soft when wet while retaining toughness সাগৰত উত্পন্ন হোৱা ডাঠ ফেনৰ নিচিনা আৰু ভিতৰত অসংখ্য বিন্ধা থকা সোপোকা আৰু পানী শোহা গুণ থকা এবিধ বস্তু (স্পঞ্জিয়া আৰু হিপ’স্পঞ্জিয়া প্ৰজাতিৰ সাগৰীয় প্ৰাণীৰ অঁহীয়া জঁকাৰ পৰা তৈয়াৰী)
English: sponge,
Assamese: সাগৰ-ফেন