সাতটাসাতত্ৰিছ

সাতত্যক (Assamese) [ Roman: xa.to.tyok]
Contributed by: Biraj Kumar Kakati on 2010-11-08
Ref: আধুনিক অসমীয়া শব্দকোষ
1. Physics(Abstract Noun) A continuous nonspatial whole or extent or succession in which no part or portion is distinct or distinguishable from adjacent parts. মাজত কোনো বিৰতি নোহোৱাকৈ ক্ৰমাগতভাৱে হৈ থকা অৱস্থা, য’ত যিকোনো এটা অংশ আৰু তাৰ নিকট অংশৰ মাজত কোনো ব্যৱধান নাথাকে বা সিহঁতক পৃথক কৰিব নোৱাৰি