সাধকসাধন কৌশল

সাধন (Assamese) [ Roman: xa.dhon]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-31
1. (Abstract Noun) a source of supply, support, or aid, esp. one that can be readily drawn upon when needed যোগান, সাহায্য বা সহায়ৰ উত্স, বিশেষকৈ যি প্ৰয়োজনৰ সময়ত সহজে উপলব্ধ হয়

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-01
2. (Abstract Noun-Neuter) Putting a decision, plan, contract, etc. into effect কোনো সিদ্ধান্ত, পৰিকল্পনা, ঠিকা আদি কাৰ্য্যত পৰিণত কৰা