সাৰংগিকসাৰগ্ৰাহী
সাৰকথা (Assamese) [ Roman: xar-ko.tha]
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-01-28
English: epitome, essence, gist, precis, resume, substance, summary, synopsis,
Assamese: গূঢ় কথা, চিহা, থুলমুল, নিৰ্যাস, ফলিতাৰ্থ, ভাবাৰ্থ, ভাৱাৰ্থ, মূলকথা, মূলভাৱ, মৰ্মকথা, সংক্ষিপ্তসাৰ, সাৰ, সাৰকথা, সাৰমৰ্ম, সাৰাংশ, সাৰৱত্তা,
Bodo: गुबै बाथ्रा, गुबै राव,
Mising: gomríng, gomsum,
Khasi: ka tynrai,
Garo: bicham,
Meeteilon: wa machang,
Bishnupriya Manipuri: মূল কথা,
Tai: খাম্ ৰো,
Deori: আনতায়ু চ্চু
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-02-23
English: meaning,
Assamese: অৰ্থ, আৰ্যা, আৰ্য্যা, গুৰি-কথা, গূঢ়াৰ্থ, তাৎপৰ্য্য, নিগূঢ়াৰ্থ, নিহিতাৰ্থ, মৰ্ম, মৰ্মাৰ্থ, সাৰকথা,
Mising: abi,
Meeteilon: waahanthok,
Karbi: atheke, lamjor, লাম্জৰ্,
Hmar: umzie,
Nagamese: ortho
সাৰকথা (Assamese) [ Roman: xar-ko.tha]
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-01-28
1. (Abstract Noun) A short piece of writing containing the main ideas from a longer document কোনো লেখনি বা বক্তৃতাৰ মূল আৰু সাৰগৰ্ভ অংশখিনি চমুৱাই লিখা বা কোৱা
Assamese: গূঢ় কথা, চিহা, থুলমুল, নিৰ্যাস, ফলিতাৰ্থ, ভাবাৰ্থ, ভাৱাৰ্থ, মূলকথা, মূলভাৱ, মৰ্মকথা, সংক্ষিপ্তসাৰ, সাৰ, সাৰকথা, সাৰমৰ্ম, সাৰাংশ, সাৰৱত্তা,
Bodo: गुबै बाथ्रा, गुबै राव,
Mising: gomríng, gomsum,
Khasi: ka tynrai,
Garo: bicham,
Meeteilon: wa machang,
Bishnupriya Manipuri: মূল কথা,
Tai: খাম্ ৰো,
Deori: আনতায়ু চ্চু
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-02-23
2. (Abstract Noun) what is intended to be, or actually is, expressed or indicated. কোনো শব্দ, কথা বা চিহ্ণৰ নিহিত তাৎপৰ্য।