সাৰূপ্যসাৰেংঠেঙীয়া

সাৰেংগী (Assamese) [ Roman: sa.reng.gi]
Contributed by: Biraj Kumar Kakati on 2008-01-12
1. Music(Common Noun) A stringed musical instrument akin to violin.
The word sarangi is derived from two Hindi words: sau (meaning "hundred") and rang (meaning "colour"). This is because the sound of the sarangi is said to be as expressive and evocative as hundred colours.

কেইবাদালো তাঁৰ থকা বেহেলাৰ সদৃশ বাদ্যযন্ত্ৰ বিশেষ ।
হিন্দী ভাষাৰ `` আৰু `ৰঙ্গ` শব্দ দুটা ল`গ লাগি `সাৰংগী` বা `সাৰঙ্গী` শব্দটোৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয় । সাৰংগীৰ শব্দ ১০০ বিধ ৰঙৰ সমান মনস্তুতিদায়ক আৰু অৰ্থবহুল বুলি কোৱা হয় - এতেকে সেই নাম ।