সিদ্ধিজনকসিদ্ধিলতা

সিদ্ধিদাতা (Assamese) [ Roman: xid.dhi.da.ta]
Contributed by: Anjali Sonowal on 2009-09-12
1. Hinduism(Proper Noun-Masculine) Son of Lord Shiva and Parvati, Ganesh/Ganesha is one of the most worshipped Hindu deities. Revered as the god of wisdom and intellect and remover of obstacles.His elephant head makes it easier for him to be distinguished. হিন্দু বিশ্বাস অনুসৰি জ্ঞান, প্ৰজ্ঞা আৰু মেধাৰ দেৱতা৷ তেখেতক সকলো ধৰনৰ বিঘিনি নাশক বুলিও শ্ৰদ্ধা আৰু পূজা কৰা হয়৷ তেওঁ শিৱ আৰু পাৰ্বতীৰ সন্তান৷ তেখেত হাতীমূৰীয়া৷