সুনাসুনিপুণ

সুনাম (Assamese) [ Roman: xu.nam]
1. (Abstract Noun) the state or quality of being widely honored and acclaimed বহু লোকে জনা-শুনা আৰু সন্মান কৰা গুণ বা অৱস্থা

Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-04-03
2. Business-Commerce-Economics(Abstract Noun) an intangible asset valued according to the advantage or reputation a business has acquired (over and above its tangible assets) কোনো ব্যৱসায়ে আহৰণ কৰা সুযোগ বা সুখ্যাতিৰ ভিত্তিত মূল্যায়ন কৰা এক অমূল্য সম্পদ (অন্য মূল্যায়নযোগ্য সম্পদৰ উপৰিও)
Assamese: সুনাম