সুৰহীনসুৰা নিষিদ্ধ অঞ্চল

সুৰা (Assamese) [ Roman: xu.ra]
Contributed by: Sudipta Kumar Gogoi on 2006-05-15
1. (Material Noun-Neuter) beverage made of the fermented juice of any of various kinds of grapes, usually containing from 10 to 15 percent alcohol by volume. বিভিন্ন প্ৰকাৰৰ আঙুৰৰ ভিতৰত যিকোনো এবিধৰ ৰসৰ পৰা কিণ্বন প্ৰক্ৰিয়াৰ দ্বাৰা তৈয়াৰ কৰা, ১০ ৰ পৰা ১৫ শতাংশ এলকহল যুক্ত পানীয়