সূত্ৰসূত্ৰধাৰী

সূত্ৰধাৰ (Assamese) [ Roman: xu.tro.dhar]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-04
1. Drama(Common Noun-Common) A person or a group of people in a traditional greek play introducing characters of the play and explaining the development of the story প্ৰাচীন গ্ৰীক নাটসমূহত চৰিত্ৰসমূহ পৰিচয় কৰাই দিয়া বা কাহিনীৰ অগ্ৰগতি সম্পৰ্কে দৰ্শকক আভাস দিয়া অভিনেতাৰ দল
English: chorus,
Assamese: সূত্ৰধাৰ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
2. Drama(Common Noun-Common &/or Masculine) the chief actor or interlocutor in the drama and to each scene of an Assamese drama (Bhaona). ভাওনাত পোন প্ৰথমে ভাওনাখনৰ আৰু মাজে মাজে তাৰ প্ৰত্যেক অংশৰ চমু বিৱৰণ কৈ দিবলৈ ওলোৱা ভাৱৰীয়া৷ সভা সমিতিত ঘোষণা কৰা আৰু আঁত ধৰা লোক৷