সূ্ত্ৰইসূৰি

সূৰ (Assamese) [ Roman: xur]
Contributed by: Anjali Sonowal on 2008-12-21
1. Astronomy(Proper Noun-Neuter) A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light. আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
English: sun,
Assamese: অংশুধৰ, অংশুপতি, অংশুবাণ, অংশুমান, অংশুমালী, অম্বুজেশ, অহঃপতি, অৰ্ক, অৰ্যমা, আদিত্য, উষাপতি, কিৰণমালী, গ্ৰহপতি, গ্ৰহৰাজ, ঘৃণিনিধি, চক্ৰবন্ধু, চণ্ডডালু, চাকা, চিত্ৰভানু, চিত্ৰৰথ, জ্যোতিৰাজ, তপন, তমোহৰ, তিগ্মকৰ, তিগ্মাংশু, তিমিৰাৰি, ত্ৰয়ীতনু, তৰ্ণি, দিনকৰ, দিননাথ, দিনপতি, দিনবন্ধু, দিনমণি, দিনেশ, দিবাকৰ, দিবানাথ, দিবাবসু, দিৱাকৰ, দ্যুপতি, দ্যুমণি, পদ্মিনী-বল্লভ্, প্ৰভাকৰ, বিভাকৰ, বিভাবসু, বিৰোচন, বেলি, ভানু, ভাস্কৰ, মাৰ্কণ্ড, মাৰ্তণ্ড, মিহিৰ, সপ্তাশ্ব, সবিতা, সহস্ৰৰশ্মি, সূৰ, সূৰুয, সূৰ্য্য, ৰবি, ৰবিৰাজ, ৰ’দালি,
Bodo: सान,
Mising: d:yi, do:nyi,
Khasi: jingshai, sngi,
Garo: sal,
Meeteilon: korou, nongshaba, numit, thabireng,
Bishnupriya Manipuri: সূৰ্য্য,
Mizo (Lushai): ni,
Karbi: arni, samphri,
Hmar: nisa,
Nagamese: beli, bili, hurjyo, kham, suraj, surruz,
Dimasa: sain,
Ao: tsengi,
Tai: বান্,
Kaubru (Reang): sal,
Hindi: सूरज,
Bangla: অংশুমান, অর্ক, আদিত্য, তপন, দিনবন্ধু, দিনমণি, দিবনাথ, দিবাকর, প্রভাকর, বিভাকর, ভানু, ভাস্কর, মিহির, রবি, সবিতা, সুরুজcb syl , সূর্য,
Nepali: घाम, भानु, भ‌ास्कर, मार्कण्ड, रबि, सुर्य,
Rabha: চানতাকচা, ৰাংছাং,
Tiwa: sal,
Deori: চাঁ,
Hajong: বিলা

Related Idea:

a. Abstract Noun: অৰুণ, उज्यालो, सुर्यको किरण...

Super Idea:

b. Material Noun-Neuter: star, ঋক্ষ, তাৰক, তাৰকা, তৰা...

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
2. (Proper Adj.-Common) having, showing, or dictated by wisdom, prudence, or sensibility জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
English: Buddha, canny, knowing, knowledgeable, shrewd, wise,
Assamese: অন্তৰ্বাণি, অৱবুদ্ধ, আত্মজ্ঞ, উদ্বুদ্ধ, উদ্বোধিত, ক্ষেত্ৰজ্ঞ, জানন্তা, জ্ঞানজ্যেষ্ঠ, জ্ঞানশালী, জ্ঞানী, জ্ঞানৱন্ত, জ্ঞানৱান, ত্ৰিকায়, ধীমান, ধীযুক্ত, ধীসম্পন্ন, পণ্ডিত, প্ৰজ্ঞাৱান, প্ৰবুদ্ধ, প্ৰমতি, প্ৰাজ্ঞ, বিজ্ঞ, বিদ্বজন, বিদ্বান, বিদ্যাধৰ, বিবুধ, বিবুধান, বুদ্ধ, বুদ্ধিত বৃহস্পতি, বুদ্ধিদ্বীপ্ত, বুদ্ধিবন্ত, বুদ্ধিমন্ত, বুদ্ধিমান, বুদ্ধিশালী, বুধ, বেত্তা, মথিয়ন, মেধাযুক্ত, মেধাৱান, মেধাৱী, সম্বুদ্ধ, সাৰস্বত, সুধী, সুমনা, সূৰ, সূৰি, সূৰী,
Bodo: आखा फाखा, गियानि, गियानी, गुनि, दुष्त, सालाक, सियान,
Mising: kinne,
Garo: gisik seng.a,
Meeteilon: heishingba,
Nagamese: giani, gyani,
Dimasa: girigbi,
Nepali: ज्ञानी, बुद्धिमान्,
Tiwa: sioja,
Deori: গিয়ানি, দুৰতং

Different POS:

a. Abstract Noun: knowledge, perception, অৱগতি, অৱগম, ওৱাকিপ...

Related Idea:

b. Proper Adj.-Common: proficient, কাৰ্য্যদক্ষ, ব্যুৎপত্তিমন্ত, ব্যুৎপন্ন, সিদ্ধহস্ত...