সেৰেলাসেৱকী

সেৱক (Assamese) [ Roman: xe.wok]
fm: সেৱিকা
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-07-06
1. (Common Noun-Common) one that serves food or drink; the player who serves (as in tennis); something used in serving food or drink; one that serves legal processes upon another আহাৰ বা পানীয় পৰিৱেশন কৰা লোক; (টেনিছ খেলত) বলটো প্ৰথমে প্ৰতিপক্ষলৈ মাৰি পঠিওৱা খেলুৱৈজন; খাদ্য বা পানীয় পৰিৱেশন কৰিবলৈ ব্যৱহৃত সঁজুলি বা হেতা; আনৰ বিৰুদ্ধে মোকৰ্দ্দমা চলোৱা ব্যক্তি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
2. (Verbal Adj.) one, who worships, i.e. shows profound religious devotion and respect to (God, gods, godesses etc.). যি (ভগবান বা আন দেৱ-দেৱীৰ) পূজা বা অৰ্চ্চনা কৰে ৷