সৈনিকজনেসৈন্য

সৈন্ধৱ (Assamese) [ Roman: xoin.dhav]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-25
1. Animal(Common Noun-Common) A large hoofed mammal (Equus caballus) having a short-haired coat, a long mane, and a long tail, domesticated since ancient times and used for riding and for drawing or carrying loads. চুটি নোম, দীঘল কেশৰ আৰু নেজ থকা এবিধ খুৰাযুক্ত জন্তু, যাক প্ৰাচীন কালৰে পৰাই ঘৰচীয়া জন্তু হিচাপে উঠি ফুৰিবলৈ আৰু বস্তু-বাহানি কঢ়িয়াবলৈ ব্যৱহাৰ কৰি অহা হৈছে ৷

Contributed by: Biraj Kumar Kakati on 2007-07-11
2. (Material Noun-Neuter) common salt occurring in extensive, irregular beds in rock like masses, naturally occurring crystalline sodium chloride সিন্ধু নদীৰ পানীয়ে পোৱা ঠাইৰ আকৰত হোৱা ডুখৰীয়া লোণ, খনিজ লোণ