স্ত্ৰী-জিতস্ত্ৰীগণ

স্ত্ৰীকেশৰ (Assamese) [ Roman: stri.ke.xor]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-15
1. Botany(Material Noun-Neuter) the female reproductive organ of flowering plants, consisting of an ovary, style (sometimes absent), and stigma. The carpels are separate or fused to form a single pistil গৰ্ভাশয়, গৰ্ভদণ্ড আৰু গৰ্ভমুণ্ডৰে গঠিত সপুষ্পক উদ্ভিদৰ স্ত্ৰী প্ৰজনন অংগ৷ ইবিলাক বেলেগে বেলেগে থাকে অথবা পৰস্পৰ লগ লাগি স্ত্ৰীস্তৱকৰ সৃষ্টি কৰে৷