স্বৈৰতাস্বৈৰাচাৰ

স্বৈৰতান্ত্ৰিক (Assamese) [ Roman: swoi.ro.tan.tric]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-13
1. Political Science(Proper Adj.-Neuter) pertaining to or of the nature of autocracy or of an autocrat স্বৈৰতন্ত্ৰ অথবা স্বেচ্ছাচাৰী শাসকৰ স্বভাৱৰ বা সেই সম্পৰ্কীয়