স্বৰগস্বৰগ্ৰাম

স্বৰগম (Assamese) [ Roman: swor.gom]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-09-05
1. Music(Abstract Noun) The seven notes of the swaras (scales) of Indian music viz. shadja, rishabh, gandhar, madhyam, pancham, dhaivat and nishad. They are shortened to Sa, Ri (Carnatic) or Re (Hindustani), Ga, Ma, Pa, Dha, and Ni and written S, R, G, M, P, D, N. Collectively these notes are called as the sargam. ভাৰতীয় সংগীতৰ সাতোটা মূল স্বৰ-চাদজা, ৰিষভ, গান্ধাৰ, মধ্যম, পঞ্চম, ধাইভাট আৰু নিষাদ, চমুকৈ চা, ৰে, গা, মা, পা, ধা, নি৷ সমূহীয়াকৈ এই স্বৰখিনিক স্বৰগম বোলা হয়৷