সৰজাঃসৰণ

সৰঞ্জাম (Assamese) [ Roman: xo.ron.jam]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-04-21
1. (Material Noun-Neuter) An article, such as a hammer, saw, or spade, that is used by hand to help do a particular type of work. কোনো কাম কৰিবলৈ ব্যৱহাৰ কৰা অস্ত্ৰ-পাতি অথবা তাৰ আনুসাংগিক সৰু যন্ত্ৰ ৷

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-03-25
2. (Material Noun-Neuter) additional attachment to machine or clothing যন্ত্ৰ বা সাজ-পাৰৰ সৈতে থকা অতিৰিক্ত আহিলা