হতা-বকতাকৈহতাশ কৰ্
হতাশ (Assamese) [ Roman: ho.tax Origin: সং. (হেম১৩)]
Contributed by: Bikram M Baruah on 2007-05-24
English: disappointed,
Assamese: অকৃতাৰ্থ, আশাশূন্য, আশাহত, আশাহীন, নিভাৰসা, নিৰাশ, নিৰাশকৃত, নিৰুত্সাহী, বিচলিত, বিফল-মনোৰথ, বিমুখকৃত, ভগ্নমনা, ভগ্নমনোৰথ, ভগ্নাশা, ভগ্নোদ্যম, ভগ্নোৎসাহ, হতাশ, হতাশকৃত, হতাশাগ্ৰস্ত, হতোদ্যম, হতোৎসাহ,
Bodo: निरासा,
Deori: হাচুগাবা, হাচুগাৰম
b. Verb-Trans.: disappoint, নিৰাশ কৰ্, বিচলিত কৰ্, বিমুখ কৰ্, হতাশ কৰ্...
হতাশ (Assamese) [ Roman: ho.tax Origin: সং. (হেম১৩)]
Contributed by: Bikram M Baruah on 2007-05-24
1. (Proper Adj.-Common) depressed or discouraged by the failure of ones hopes or expectations আশা বা আকাংক্ষা পূৰণ নোহোৱাৰ বাবে মন ম্লান হোৱা বা নিৰুত্সাহ হোৱা
Assamese: অকৃতাৰ্থ, আশাশূন্য, আশাহত, আশাহীন, নিভাৰসা, নিৰাশ, নিৰাশকৃত, নিৰুত্সাহী, বিচলিত, বিফল-মনোৰথ, বিমুখকৃত, ভগ্নমনা, ভগ্নমনোৰথ, ভগ্নাশা, ভগ্নোদ্যম, ভগ্নোৎসাহ, হতাশ, হতাশকৃত, হতাশাগ্ৰস্ত, হতোদ্যম, হতোৎসাহ,
Bodo: निरासा,
Deori: হাচুগাবা, হাচুগাৰম
Example Sentences:
1. পৰীক্ষাত ভাল নম্বৰ নোপোৱাত তাই হতাশ হৈ পৰিছিল।Different POS:
a. Abstract Noun: cheerlessness, dejection, depression, despair, disappointment...b. Verb-Trans.: disappoint, নিৰাশ কৰ্, বিচলিত কৰ্, বিমুখ কৰ্, হতাশ কৰ্...