হবাহবিচ

হবিঃ (Assamese) [ Roman: ho.bih]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-25
1. Cuisine-Food(Material Noun-Neuter) a milk product, a clarified butter without any solid milk particles or water. Used for cooking in India and some other South Asian countries. মাখনৰদৰে এবিধ দুগ্ধজাত সামগ্ৰী| ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ কেইবাখনো দেশত ৰন্ধন সামগ্ৰী ৰূপে ব্যৱহাৰ হয়| ভাৰতত হিন্দুধৰ্মীলোকে পূজা-পাতলতো ব্যৱহাৰ কৰে|
English: ghee,
Assamese: আজ্য, ঘি, ঘিঁউ, ঘী, ঘৃত, সৰ্পিঃ, হবিঃ, হৱি,
Khasi: ka khi,
Meeteilon: ghee,
Nagamese: ghee, ghiu,
Tai: অক চু,
Bangla: ঘি,
Deori: গি, গিঁউ