হস্তলিপি শিল্পীহস্তাক্ষৰ

হস্তশিল্প (Assamese) [ Roman: hos.to.xil.po]
Contributed by: Rashmi Rekha Dutta on 2006-05-16
1. Handicraft(Abstract Noun) A craft or occupation requiring skilled use of the hands. নিজৰ হাতৰ সহায়েৰে বাঁহ-বেঁত আদিৰে তৈয়াৰ কৰা কোনো শিল্পকৰ্ম৷

হস্তশিল্প (Bangla)
2. (Material Noun-Neuter) an activity involving skill in making things by hand. মাটি, শিল, কাঠ, বাঁহ, বেত, ধাতু আদিৰে সুন্দৰ বস্তু তৈয়াৰ কৰা শিল্প ।