হাঙ্হাঙৰ

হাঙ্গৰ (Assamese) [ Roman: ha.ngor]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-16
1. Fish(Common Noun-Common) Sharks are a group of fish characterized by a cartilaginous skeleton, five to seven gill slits on the sides of the head, and pectoral fins that are not fused to the head. হাংগৰ হ’ল সাগৰৰ প্ৰাণী৷ হাংগৰবোৰ অতি ভয়ানক আৰু সেইবাবে সিহঁতক দানৱ আখ্যাও দিয়া হয়৷ হাংগৰ থাকে সাগৰ-মহাসাগৰত৷ সাগৰত ২৫০ বিধমান হাংগৰ পোৱা যায়৷ সিঁহতৰ আকাৰ আৰু ৰং বেলেগ বেলেগ৷ আটাইতকৈ ডাঙৰ আকাৰৰ হাংগৰবোৰ ১৬ মিটাৰমান ডাঙৰ আৰু ১২০০ কিল’গ্ৰাম মানলৈকে ওজন হয়৷ আটাইতকৈ সৰু হাংগৰবিধ মাত্ৰ ৩০ চেণ্টিমিটাৰ দীঘল৷