হাচুগাহাচুগাৰম

হাচুগাবা (Deori) [ Roman: ha.chu.ga.ba]
Contributed by: Himasri Das on 2023-02-17
1. (Proper Adj.-Common) depressed or discouraged by the failure of ones hopes or expectations আশা বা আকাংক্ষা পূৰণ নোহোৱাৰ বাবে মন ম্লান হোৱা বা নিৰুত্সাহ হোৱা

Contributed by: Himasri Das on 2023-02-17
2. (Abstract Noun) the act of opening the mouth wide with a deep inhalation, usually involuntarily from drowsiness, fatigue, or boredom. মুখখন বহলকৈ মেলি দকৈ উশাহ লোৱা কাৰ্য্য, সাধাৰণতে আমনি বা ভাগৰ লগা অৱস্থাৰ অনিচ্ছাকৃতভাৱেই।

Contributed by: Himasri Das on 2023-02-17
3. (Proper Adj.) In mourning because of the death or any other grief of a relation esp by a familygrief. নিজ পৰিয়ালৰ বা আত্মীয় কোনো ব্যক্তিৰ মৃত্যু অথবা অন্য দুখৰ বাবে শোক কৰি থকা|

Contributed by: Himasri Das on 2023-02-17
4. (Proper Adj.-Neuter) having no possibilities of any success সফল বা সিদ্ধি হোৱাৰ আশা নথকা