হাতিগাবাহাতী

হাতিয়াৰ (Assamese) [ Roman: ha.ti.yar]
Contributed by: Biraj Kumar Kakati on 2008-05-02
1. (Material Noun-Neuter) An article, such as a hammer, saw, or spade, that is used by hand to help do a particular type of work. কোনো কাম কৰিবলৈ ব্যৱহাৰ কৰা অস্ত্ৰ-পাতি অথবা তাৰ আনুসাংগিক সৰু যন্ত্ৰ ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
2. (Material Noun-Neuter) any instrument or device for use in attack or defense in combat, fighting, or war, as a sword, rifle, or cannon যুদ্ধ বা বিবাদৰ সময়ত সুৰক্ষা অথবা আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা সঁজুলি, যেনেঃ তৰোৱাল, বন্দুক, হিলৈ আদি

হাতিয়াৰ (Rabha) [ Roman: hati.yar]
Contributed by: Pranati Rabha on 2022-03-09
3. (Material Noun-Neuter) An article, such as a hammer, saw, or spade, that is used by hand to help do a particular type of work. কোনো কাম কৰিবলৈ ব্যৱহাৰ কৰা অস্ত্ৰ-পাতি অথবা তাৰ আনুসাংগিক সৰু যন্ত্ৰ ৷