হায়াৰহায়েনা

হায়েং (Deori) [ Roman: ha.yeng]
Contributed by: Himasri Das on 2023-04-10
1. (Proper Adj.-Common) characterized by slowness and lack of intelligence. সকলো কাম লাহে-লাহে কৰা আৰু বুদ্ধি নথকা|

Contributed by: Himasri Das on 2023-04-10
2. (Proper Adj.-Common) refers to an unwise decision or action কোনো অযুক্তিকৰ সিদ্ধান্ত বা কামৰ ক্ষেত্ৰত কোৱা হয়৷

Contributed by: Himasri Das on 2023-04-10
3. (Proper Adj.) simple and direct behavior, lacking the (often artificial) polish and suavity of urban lifestyle. সহজ আৰু পোনপটীয়া আচৰণ, নগৰীয়া জীৱন-ধাৰাৰ (প্ৰায়েই কৃত্ৰিম) মসৃণতা আৰু আভিজাত্য নথকা