হাৰম’নিয়ামহাৰলি ঘৰ
হাৰলি (Assamese) [ Roman: ha.ro.li]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-19
English: gullible,
Assamese: অচতুৰ, অজলা, আনাড়ী, আনাৰী, আলাভুলা, আলাভোলা, গোঙা, জপৰ্জল, জপৰ্জলৌ, বুদ্ধু, বেঙা, বেঙেৰা, বেল, বেলপুং, বেলবুং, ভেদেঙা, ভেবা, ভেলেকা, ভেলেঙা, ভোদা, ভোলাভাটৌ, লেবা, সহজ-সৰল, সৰল, হাৰলি, হোজা, হোল-গোঁজ, হোলাৰ ভাই মোলা, হোলোং-গোজ,
Bodo: जामबा, थखायजाग्रा,
Bangla: ভোঁদা, সরল
Contributed by: Partha P Sarmah on 2007-05-03
হাৰলি (Assamese) [ Roman: ha.ro.li]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-19
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Adj.-Common) Too ready to believe others, One who can be tricked easily. যি আনক সহজে বিশ্বাস কৰে, যাক সহজে বিচলিত কৰিব পাৰি৷Assamese: অচতুৰ, অজলা, আনাড়ী, আনাৰী, আলাভুলা, আলাভোলা, গোঙা, জপৰ্জল, জপৰ্জলৌ, বুদ্ধু, বেঙা, বেঙেৰা, বেল, বেলপুং, বেলবুং, ভেদেঙা, ভেবা, ভেলেকা, ভেলেঙা, ভোদা, ভোলাভাটৌ, লেবা, সহজ-সৰল, সৰল, হাৰলি, হোজা, হোল-গোঁজ, হোলাৰ ভাই মোলা, হোলোং-গোজ,
Bodo: जामबा, थखायजाग्रा,
Bangla: ভোঁদা, সরল
Contributed by: Partha P Sarmah on 2007-05-03
2. (Material Noun-Neuter) The meji is a structure built of logs of wood placed in pairs, tier above tier till they rise to considerable heights and present the appearance of a lofty temple. মন্দিৰৰ আকৃতিৰ কাঠৰ বা খেৰৰ দ’ম ৷