হাৱাই চেণ্ডেলহাৱাজান

হাৱাইন-গীটাৰ (Assamese) [ Roman: ha.wain gi.tar]
Contributed by: Bikram M Baruah on 2021-02-17
1. Art and Culture(Material Noun-Neuter) a type of steel guitar without pedals which is typically played with the instrument in a horizontal position on the performer`s lap or otherwise supported তীখাৰৰ তাঁৰেৰে নিৰ্মিত এবিধ গীটাৰ, যাক বজাওঁতাই কোলাত মাটিৰ সমান্তৰালকৈ বহুৱাই লৈ এডাল তীখাৰ দণ্ডৰ সহায়ত বজায়৷